কামৰূপৰ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।
STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে আজি পুৱাৰ ভাগত জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি।গোপন সূত্ৰৰ ভিত্তিত বাহনখন STF বাহিনীয়ে আমিনগাঁৱত জব্দ কৰে বিশ হাজাৰ য়া বা (YA BA)টেবলেট ।জব্দকৃত য়া বা (YA BA)টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ছয় কোটি টকা বুলি জানিব পৰা … Read more