ডিগবৈ শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ।
অসমীয়া মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩৭ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহত মুখ্য অতিথি হিচাপে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ প্ৰণৱ চন্দ্ৰ গগৈ উপস্থিত থাকি ক্ৰীড়া সমাৰোহ উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ সাৰুৱা বক্তব্য প্ৰদান কৰে । বিদ্যালয়ৰ অধ্যক্ষা ৰেণু কাকতি বৰদলৈয়ে আদৰণি জনোৱা উদ্বোধনী অনুষ্ঠানত ডিগবৈ শিশু কল্যাণ পৰিষদ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ … Read more