USTM আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে

গুৱাহাটী, শুকুৰবাৰ: শ্ৰীভূমি আৰক্ষীয়ে গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে মাজ নিশা ডেৰ বজাত মহানগৰ আৰক্ষী, STF (Special Task Force) আৰু শ্ৰীভূমি আৰক্ষীয়ে যুটীয়া অভিযান চলাই তেওঁক আটক কৰে। গ্ৰেপ্তাৰৰ পিছত মহবুবুল হকক বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে। তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ … Read more