আমিনগাঁৱৰ বিশিষ্ট সমাজসেৱক কেশৱ কলিতালৈ ডক্টৰেট সন্মান ।

সমাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান । দিল্লীস্থিত এছিয়ান ডিজিটেল বিশ্ববিদ্যালয়ৰ অধীনস্থ GHRPFগৱেষণা প্ৰতিষ্ঠানে প্ৰদান কৰে ডক্টৰেটৰ সন্মান । বিগত দশকজুৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত কেশৱ কলিতা । দিল্লীৰ ক্ৰিয়েটিভ আনলকত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰে সন্মানীয় ডক্টৰেট বঁটা । ডক্টৰেটৰ সন্মান লাভ কৰি উৎফুল্লিত … Read more

কলেজ অৱ এডুকেশ্বন মৰিগাঁৱলৈ,পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ শ্ৰেষ্ঠ কলেজ ২০২৪ ৰ বঁটা ।

আজি অসমৰ আগশাৰীৰ শৈক্ষিক ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে কলেজ অৱ এডুকেশ্বন মৰিগাঁৱৰ চেমিনাৰ হলত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰি এই বৰ্ষৰ শ্ৰেষ্ঠ কলেজ বঁটা প্ৰদান কৰে । পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ মূখ্য কাৰ্য্যবাহী বিষয়া পৰেশ বৈশ্যয়ে এই গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁতধৰাৰ লগতে কলেজ অৱ এডুকেশ্বনৰ শৈক্ষিক দিশৰ গুণগত মানদণ্ডৰ প্ৰশংসা কৰি কলেজ অৱ এডুকেশ্বনৰ অধ্যক্ষ ড০ ডলী … Read more

গোল্ড মেডেলিষ্ট দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ বটাঁ প্ৰদান ঈৰদাৰ ।

গুৱাহাটী মালিগাঁৱৰ দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ (INDIAN INSTITUTE OF RESEARCH AND DEVELOPMENTFOR DIFFERENTLY ABLED)চমুকৈ IIRDDA(ঈৰদা) AWARD2024 প্ৰদান । আন্তঃৰাষ্ট্রীয় প্ৰতিবন্ধী দিৱসৰ দিনা ঈৰদাৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰে এই সন্মান । গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শাৰীৰিকভাৱে সক্ষম জুৰি ডেকাক প্ৰদান কৰে বটাঁ । NATIONAL ATHLETICS CHAMPIONSHIPত ৩ বাৰকৈ গোল্ড মেডেলিষ্ট জুৰি … Read more