জাগীৰোডৰ সুৰ দেউল সংগীত মহাবিদ্যালয়ত চিত্ৰকলাৰ কৰ্মশালা ।
জাগীৰোডৰ সুৰ দেউল সংগীত মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় অংকণ কলাৰ কৰ্মশালা ৷মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে শুভ উদ্ধোধন কৰে উক্ত কৰ্মশালাখনিৰ ৷সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা কৰ্মশালাখনিত সমল ব্যক্তিহিচাবে উপস্থিত থাকে বিশ্ব ভাৰতী শান্তি নিকেতনৰ চিত্ৰ কলা বিভাগৰ স্নাতকোত্তৰ তথা অসম ৰাজ্যিকচাৰু কলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° নীলাঞ্জনা গগৈ আৰু কলকাতা … Read more