মানকাচৰত আটক ১৬ বাংলাদেশী নাগৰিকক ।
নিশা মানকাচৰ আৰক্ষীয়ে টহল দি থকাৰ সময়তে আটক কৰে বাংলাদেশী কেইগৰাকীক ।ইয়াৰে ৭ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ৫ জন শিশু আছে বুলি জানিব পৰা গৈছে ।আটকাধীন বাংলাদেশীকেইগৰাকী ভাৰতৰ বিভিন্ন ঠাইত অবৈধভাৱে আহি কাম কৰি আছিলআৰু নিজ দেশলৈ উভতি যোৱাৰ সময়তে মানকাচৰ আৰক্ষীৰ হাতত আটক হয় ।মানকাচৰ আৰক্ষীয়ে আটক কৰা বাংলাদেশীকেইগৰাকীক বাংলাদেশলৈ পঠোৱা হয় … Read more