বিহালীৰ নাচবৰত চাঞ্চল্যকৰ ঘটনা! এগৰাকী শিক্ষয়িত্ৰীৰ আত্মহনন!

বিহালীৰ নাচবৰত শিক্ষয়িত্ৰীৰ আত্মহনন কৰা ঘটনা। লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কৰিলে আত্মহত্যা।বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ৰ চুইচাইড নোট উদ্ধাৰ কৰা হয়। চুইচাইড নোটত বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস, লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসৰ নাম উল্লেখ আছে। বিহালীত শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি স্ব-গৃহতে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’লে মায়া … Read more