মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ, হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ যুৱকজনক

মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক দুৰ্বৃত্তই হত্যাৰ চেষ্টাৰ ঘটনাৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য। বঙাইগাঁও জিলাৰ হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় নগৰঝাৰৰ যুৱক ছাইদুৰ ৰহমান। নিশা কোনো দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। যুৱকজনক অচেতন অৱস্থাত ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে। যুৱকজনৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট। পৰিয়ালৰ লোকে … Read more

আপুনি ফ্লেট ক্ৰয়ৰ চিন্তা কৰিছে নেকি?ফ্লেট ক্ৰয় কৰোঁতে সাৱধান!

আপুনি ফ্লেট ক্ৰয়ৰ চিন্তা কৰিছে নেকি? ফ্লেট ক্ৰয় কৰোঁতে সাৱধান হওক! আপুনি ফ্লেট ক্ৰয় কৰোঁতে এশবাৰ ভাৱক! আপোনাৰ আমানতৰ ধন গ্ৰাস কৰিব পাৰে বিল্ডাৰে। বঙাইগাঁও জিলাৰ কিষাণ বজাৰত সংঘটিত হৈছে এক ফ্লেট কেলেংকাৰীৰ ঘটনা। গ্ৰাহকৰ‌ পৰা অগ্ৰিম ধন গ্ৰহণ কৰিও অৱশেষত অস্বীকাৰ আৱাস গৃহৰ কৰ্তৃপক্ষৰ। গ্ৰাহকৰ পৰা গ্ৰহণ কৰা টকা ৰিচিটৰ সৈতে কোটি কোটি টকা … Read more

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংগঘটিত হয়। এই ভয়ংকৰ মাৰপিটৰ ঘটন সংঘটিত কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰে। যোৱা ২৪ তাৰিখে পুৱা ৮:১০ বজাত ৫ হাজাৰ টকাক লৈ মোনোৱাৰ হোছেইনৰ নেতৃত্বত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। মাৰপিটত ক্ষান্ত নাথাকি মহিলাৰ লগতে এগৰাকী কিশোৰীক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন … Read more