২০২১ৰ পৰা অসমলৈ ৪০,০০০ কোটী টকাৰ বিনিয়োগ! কাম্পা ক’লাই ১,০০০+ যুৱক-যুৱতীক দিব চাকৰিৰ সোণালী সুযোগ!

Himanta Bishwasharma inaguration campa cola bottling plant

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী, ২০২৫: ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (RCPL)-এ অসমৰ গুৱাহাটীত কাম্পা ক’লা আৰু বেভাৰেজ বটলিং প্লেণ্টৰ উদ্বোধন কৰিলে। স্থানীয় অংশীদাৰ জেৰিক’ৰ সৈতে যুটীয়াভাৱে স্থাপন কৰা এই উদ্যোগটোৰ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই উদ্যোগে অঞ্চলটোৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৪০,০০০ কোটী টকাৰ বিনিয়োগ আৰু … Read more