• Home
  • অসম
  • প্ৰতিবাদী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ
Image

প্ৰতিবাদী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ

৫ শতাধিক ১০৮ৰ চালক-কৰ্মচাৰীক বৰ্খাস্ত চৰকাৰৰ।

চচলত অৰ্ধ উলংগ হৈ প্ৰতিবাদ ১০৮ কৰ্মচাৰী।

চাকৰিৰ পৰা অব‍্যাহতি দিয়াৰ পিছতেই পুনৰ প্ৰতিবাদ।

১০৮ৰ চালক-কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল চচল।

ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত ১০৮ৰ চালক-কৰ্মচাৰীৰ।

১০৮ৰ শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি।

দৰমহা বৃদ্ধিৰ দাবীৰে ১ ডিচেম্বৰৰ পৰা কৰিছিল প্রতিবাদ।

পূর্বে বর্খাস্ত হৈছিল ২১৭ প্ৰতিবাদকাৰী চিকিৎসক।

একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ কৰি ১০৮ক অচল কৰাৰ চেষ্টাৰ অভিযোগ।

ভিন্ন অধিকাৰৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা ১০৮ৰ ৫শতাধিক কৰ্মীক চাকৰিব পৰা অব্যাহতি প্ৰদান কৰিলে অসম চৰকাৰে।

ইতিমধ্যে পাঁচ শতাধিক কৰ্মচাৰীলৈ আহিছে অব্যাহতি পত্ৰ।

প্ৰতিবাদী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ।

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top