• Home
  • অসম
  • তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ
Image

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ

শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰীৰ অধ্যাপকগৰাকীক দিলে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব। প্ৰায় ৭৬ দিন ধৰি চলা ধাৰাবাহিক আন্দোলনৰ পাছত নিশাটোৰ ভিতৰতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবিধান অনুসৰি সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে ধ্ৰুৱ ভট্টাচাৰ্যক।

উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে টায়াৰ জ্বলাই ছাত্ৰ,শিক্ষক কৰ্মচাৰী সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তীব্ৰ প্ৰতিবাদক আওকাণ কৰি উপাচাৰ্য শম্ভূনাথ সিঙে চৰম স্বেচ্ছাচাৰীতাৰে নিজৰ ঘনিষ্ঠ বুলি পৰিচিত অধ্যাপিকা জয়া চক্ৰৱৰ্ত্তীক বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দলে বলে ওলাই অহা কেইবাশতাধিক প্ৰতিবাদীকাৰীয়ে বিশ্ববিদ্যালয় চৌহদত টায়াৰ জ্বলাই পৰিস্থিতি উত্তাল কৰি তোলে ।
তাৰ পাছতে শুক্ৰবাৰে নিশাৰ ভিতৰতে সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে ধ্ৰুৱ ভট্টাচাৰ্যক।

Releated Posts

অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…

ByByMahesh Malakar Mar 19, 2026

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক প্ৰতিদিনেই চলিব…

ByByMahesh Malakar Mar 19, 2026

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026
Scroll to Top