assam

মুছলপুৰত নৱৰাত্ৰী পূজাৰ পঞ্চম দিন । দেৱী দুৰ্গাৰ বন্দনাৰে উখলমাখল মুছলপুৰৰ আকাশ-বতাহ ।

শাৰদীয় দুৰ্গোৎসৱক লৈ বাক্সা জিলাৰ সদৰ মুছলপুৰতো এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে । দেৱী দুৰ্গাৰ আশিষ লোৱাৰ বাবে উপস্থিত হৈছে…

NATIONAL POLITICAL

আজি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ভোটগণনা ।

দুয়োখন ৰাজ্যত ৯০ টাকৈ সমষ্টিত হৈছে নিৰ্বাচন । এগজিত প’লত হাৰিয়ানাত কংগ্ৰেছ চৰকাৰৰ ইংগিত । জম্মু-কাশ্মীৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত প্ৰদান…

assam

“ধ্ৰুপদী ভাষাৰ শেলুৱৈ খোজ” -ডo নন্দ সিং বৰকলা

আমাৰ ভাষা আমাৰ স্বাভিমান। জাতিৰ জীৱন প্ৰবাহক সাবটি ইতিহাস, ঐতিহ্য চেতনাক বখানি থকা অনন্য সাংস্কৃতিক মেৰুদণ্ডৰ ধাৰক-বাহক। আমাৰ ভাষা ধ্ৰুপদী…

assam

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ চেগুন বাগান ৰিজৰ্টৰ স্বত্বাধিকাৰী এগৰাকী মহিলাৰ। কিন্তু কিয়? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত নিশা জব্দ বৃহৎ পৰিমাণৰ সুৰা । সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। অবৈধভাৱে সুৰাৰ…

assam

উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অঘটন ।ভূটভূটীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজন যাত্ৰীৰ ।

যাত্ৰীজন কেৰেলাৰ Vincent,বয়স (49)বুলি জানিব পৰা গৈছে ।এখন ব্যক্তিগত জাহাজ নিৰ্মাণৰ বাবে আহিছিল লোকজন ।বৰ্তমানেও নিখোজ লোকজন ।পেছাত এগৰাকী কাঠমিস্ত্ৰী…

NATIONAL

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ : ই ভি এমত বন্দী ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

আজি পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । সন্ধিয়া ৬-০০ বজালৈকে ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব…

assam

জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল । দাবী পূৰণ নকৰিলে ১৪ অক্টোবৰৰ পৰা হাতত ল’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী । মন্ত্ৰী পীয়ুষ হাজৰিকাই বিষয়টো আওকাণ কৰাৰ অভিযোগ ।

“ভূমিপুত্ৰ খিলঞ্জীয়াসকলক চৰকাৰে ভূমিহীন, ভেটিহীন কৰি কৌশলপূৰ্ণভাৱে নিশকতীয়া কৰিব বিচাৰিছে । আমি তিৱা তথা জনজাতীয় সংগঠনসমূহে কোনো পধ্যেই জাগীৰোডত পৌৰসভা…

assam

ৰূপহীহাটৰ কাছখাইটিত উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

উজনি অসমৰ শদিয়ালৈ কাম কৰিবলৈ যোৱা ২৪গৰাকী শ্ৰমিক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।যেতিয়ালৈ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিব, তেতিয়ালৈকে কোনো…

assam

ডিগবৈত আৰক্ষীৰ হাতৰ পৰাই পলায়ন দুই ড্ৰাগছ পেডলাৰ ৷

তিনিচুকীয়া জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা অৱস্থাত পলায়ন কৰে ড্ৰাগছ পেডলাৰ ৰাজেন মুড়া আৰু ৰাতুল সোণোৱালে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাজেন মুড়াক…

assam

ডিগবৈত নাগৰিক সমিতিৰ বৈঠকত নতুন সমিতি গঠন কৰি দায়িত্ব অৰ্পণ।

সমগ্ৰ অসমতে বুধবাৰে নিজ নিজ আৰক্ষী থানাৰ এলেকাত নাগৰিক সভা অনুষ্ঠিত হোৱাৰ দৰেই ডিগবৈতো এখন বৃহৎ নাগৰিক সভা অনুষ্ঠিত হয়…