• Home
  • অসম
  • ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ
Image

ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ

ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ-

‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰ সংঘক অনুৰোধ জনাম’

‘এইবাৰ বহাগ বিহুত এটা নিশা প্ৰতি খন বিহুতে সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ’ব’

বিহু সমিতি সমূহক আৰু অলপ বেছিকৈ অনুদান দি এই ব্যৱস্থা আমি লম’

‘সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়া ডঃ ভূপেন হাজৰিকা সেতুত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছো’

‘১০০ ফুটৰো অধিক ডাঙৰ হ’ব এই প্ৰতিমূৰ্তি’

‘আজি সমগ্ৰ অসমতে ২ লাখৰো অধিক ৰাইজে মানুহে মানুহৰ বাবে গীতটে মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব’

Releated Posts

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ…

ByByMahesh Malakar Feb 28, 2026

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা। আজিৰে পৰা ৯ মার্চলৈ হ’ব এই যাত্রা। ঢেকীয়াজুলী, বৰচলা, তেজপুৰ, নদুৱাৰ,…

ByByMahesh Malakar Feb 28, 2026
Scroll to Top