• Home
  • অসম
  • ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ
Image

ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ

ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীৰ-

‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰ সংঘক অনুৰোধ জনাম’

‘এইবাৰ বহাগ বিহুত এটা নিশা প্ৰতি খন বিহুতে সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ’ব’

বিহু সমিতি সমূহক আৰু অলপ বেছিকৈ অনুদান দি এই ব্যৱস্থা আমি লম’

‘সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়া ডঃ ভূপেন হাজৰিকা সেতুত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছো’

‘১০০ ফুটৰো অধিক ডাঙৰ হ’ব এই প্ৰতিমূৰ্তি’

‘আজি সমগ্ৰ অসমতে ২ লাখৰো অধিক ৰাইজে মানুহে মানুহৰ বাবে গীতটে মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব’

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top