• Home
  • দেশ
  • মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত
Image

মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত

মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত।

থাইলেণ্ডত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

ফাতিমাক মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট পিন্ধালে যোৱা বছৰৰ বিজয়ী ডেনমাৰ্কৰ ভিক্টোৰিয়া কেৰ থেইলভিগে।

মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱাৰ সময়ত আনন্দতে আৱেগিক হৈ পৰে ফাতিমা।

Releated Posts

সকলোকে ক্ষমা কৰি তুমি যোৱাগৈ’

সকলোকে ক্ষমা কৰি তুমি যোৱাগৈ’ গাজিয়াবাদৰ হৰীশ ৰাণাক ইচ্ছামৃত্যুৰ বাবে লৈ যোৱাৰ পূৰ্বে শেষ বিদায় পৰিয়ালৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ…

ByByMahesh Malakar Mar 16, 2026

খুজি আৰু সকলকে ক্ষমা কৰি এতিয়া তুমি যোৱাগৈ’

খুজি আৰু সকলকে ক্ষমা কৰি এতিয়া তুমি যোৱাগৈ’ গাজিয়াবাদৰ হৰীশ ৰাণাক ইচ্ছামৃত্যুৰ বাবে লৈ যোৱাৰ পূৰ্বে শেষ বিদায়…

ByByMahesh Malakar Mar 16, 2026

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…

ByByMahesh Malakar Mar 15, 2026

আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫ বজাত গুৱাহাটী আহি পাব গৃহমন্ত্ৰীগৰাকী। নিশা ৮ বজাত…

ByByMahesh Malakar Mar 14, 2026
Scroll to Top