• Home
  • অসম
  • ‘মেঘালয় গ’ বেক’ ধ্বনিৰে উত্তাল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ
Image

‘মেঘালয় গ’ বেক’ ধ্বনিৰে উত্তাল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ

মেঘালয় গ’ বেক ধ্বনিৰে উত্তাল হ’ল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ।

যোৰাবাটত মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সী সংস্থাৰ। মেঘালয় টুৰিষ্ট আৰু অসমৰ টুৰিষ্ট বাহন সংস্থাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

মেঘালয়ৰ টুৰিষ্ট বাহন অসমত প্ৰৱেশত বাধা-নিষেধ।

১৬ ছেপ্টেম্বৰত মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণৰ বাবে অসমৰ টেক্সীক দিছিল বাধা। যাৰ ফলশ্ৰুতিতেই আজি অসমৰ টেক্সী চালকসকলে যোৰাবাটৰ পৰা মেঘালয়ৰ টেক্সীসমূহ অসমত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰে।

অৱশেষত ঘটনাস্থলীত মেঘালয় আৰু অসম দুই ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ আলোচনাত মিলিত হৈ এই সমগ্ৰ সমস্যা নিষ্পত্তি কৰাৰ দুদিনৰ সময়সীমা লোৱাৰ কথা সদৰী কৰে।

ইফালে দুদিনৰ ভিতৰত যদি এই সমস্যা নিষ্পত্তি নহয়, তেন্তে পুনৰ তীব্ৰ প্ৰতিবাদত নামি পৰাৰ কথা সদৰী কৰে অসম টুৰিষ্ট টেক্সী চালক সন্থাৰ লোকসকলে।

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top