শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক
চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত SITয়ে দাখিল কৰা চাৰ্জশ্বীট সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া
চাৰ্জশ্বীট অত্যন্ত দীঘল আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি বিশ্বাসী শৃংখল চলিহা।
জুবিনৰ হত্য কাৰীক চৰম শাস্তি চৰকাৰে বিহিব বুলি আশা বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।
জুবিনৰ হত্যাকাৰীক অতি সোনকালে আৰক্ষীয়ে ফুৰাবলৈ নিব লাগে বুলি মন্তব্য শৃংখল চলিহাক।













