• Home
  • অসম
  • অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১ প্ৰেৰণ মহাকাশলৈ
Image

অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১ প্ৰেৰণ মহাকাশলৈ

বিশ্বৰ দৰবাৰত অভিলেখ সৃষ্টি কৰি মহাকাশলৈ প্ৰেৰণ কৰা হ’ল

অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ল কৃত্ৰিম উপগ্ৰহ লাচিত-১

১০.২০ মিনিটত উৎক্ষেপণ কৰা হ’ল LACHIT-1

LACHIT-1য়ে দুৰ্যোগকালীন সময়ৰ বাৰ্তা পঠাব উত্তৰ-পূবলৈ

ISRO PSLV-C62 ৰকেটৰ সহযোগ উৎক্ষেপণ কৰা হ’ব উপগ্ৰহটো

হায়দৰাবাদ মহাকাশ সংস্থা ধ্ৰুৱ স্পেছৰ সহযোগিতাত কৰা হৈছে প্ৰস্তুত

আছাম ডনবস্ক’ বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰি উলিয়াইছে এই উপগ্ৰহ

৫০ৰো অধিক শিক্ষক-শিক্ষাৰ্থীয়ে মিলিত হৈ প্ৰস্তুত কৰিছে উপগ্ৰহটো

মহাকাশত স্থাপন হ’ব উত্তৰ পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ

Releated Posts

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ…

ByByMahesh Malakar Feb 28, 2026

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা। আজিৰে পৰা ৯ মার্চলৈ হ’ব এই যাত্রা। ঢেকীয়াজুলী, বৰচলা, তেজপুৰ, নদুৱাৰ,…

ByByMahesh Malakar Feb 28, 2026
Scroll to Top