বিশ্বৰ দৰবাৰত অভিলেখ সৃষ্টি কৰি মহাকাশলৈ প্ৰেৰণ কৰা হ’ল
অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১
শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ল কৃত্ৰিম উপগ্ৰহ লাচিত-১
১০.২০ মিনিটত উৎক্ষেপণ কৰা হ’ল LACHIT-1
LACHIT-1য়ে দুৰ্যোগকালীন সময়ৰ বাৰ্তা পঠাব উত্তৰ-পূবলৈ
ISRO PSLV-C62 ৰকেটৰ সহযোগ উৎক্ষেপণ কৰা হ’ব উপগ্ৰহটো
হায়দৰাবাদ মহাকাশ সংস্থা ধ্ৰুৱ স্পেছৰ সহযোগিতাত কৰা হৈছে প্ৰস্তুত
আছাম ডনবস্ক’ বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰি উলিয়াইছে এই উপগ্ৰহ
৫০ৰো অধিক শিক্ষক-শিক্ষাৰ্থীয়ে মিলিত হৈ প্ৰস্তুত কৰিছে উপগ্ৰহটো
মহাকাশত স্থাপন হ’ব উত্তৰ পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ













