মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ সামাজিক মাধ্যম টীমৰ ৪ সদস্যক আটক কৰিছে আৰক্ষীয়ে। কুংকি চৌধুৰীৰ সামাজিক কোষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীয়ে। নিৰ্বাচন আয়োগৰ নীতি অমান্য কৰাৰ অভিযোগত নিশাই আটক কৰে ৪ সদস্যক। কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল আটক হোৱা ৪ সদস্যৰ টীমটোৱে। পলিটিকেল মেনেজমেণ্ট টীমৰ মূল লোকজন হাৰিয়ানাৰ সন্দীপ যাদৱ।নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি ভোট গ্ৰহণৰ পূৰ্বে ৪ যুৱকে এৰিব লাগিছিল অসম। অৰ্থাৎ ৪৮ ঘটনাৰ পূৰ্বে অসম এৰিব লাগিছিল বহিঃ ৰাজ্যৰ যুৱককেইজনে।কিন্তু নিয়ম অমান্য কৰি কুংকি চৌধুৰীৰ সৈতে গোটেই টীমটো ঘূৰি ফুৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। আৰু নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ বাবে আটক কৰে ৪ যুৱকক।

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী
Tags:
Releated Posts
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…
ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ
ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…
পঞ্চসুৰৰ ছাত্ৰী প্ৰীতি ডলেই লোকনাচৰ সাক্ষাৎ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱশিল্পী জলপানী লাভ কৰিলে সক্ষম হৈছে
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰ চি চি আৰ টি’ৰ পৰা অসমৰ অন্যতম সাংস্কৃতিক শিক্ষা…













