• Home
  • অসম
  • মুখ্যমন্ত্ৰীৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালেঃ দুলু আহমেদ
Image

মুখ্যমন্ত্ৰীৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালেঃ দুলু আহমেদ

  • হাজোত দুলু আহমেদৰ সংবাদমেল
  • জুবিন গাৰ্গৰ হ্ত্যাৰ গোচৰ সন্দৰ্ভত মন্তব্য দুলু আহমেদৰ
  • ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালে’
  • ছিংগাপুৰৰ ন্যায়ালয়ে ৰায়দান কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া আহমেদৰ
  • অসমৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পাৰিব বুলিও মন্তব্য দুলু আহমেদৰ
  • ‘জুবিন গাৰ্গে অসমৰ আদালতত ন্যায় পাবলৈ ১৫ বছৰ লাগিব’ বুলিও মন্তব্য আহমেদৰ

Releated Posts

২০২৬ত বৰপেটা সমষ্টিত নাই কংগ্ৰেছ প্ৰাৰ্থী

বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি। সন্ধিয়া ভাগত…

ByByMahesh Malakar Mar 25, 2026

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে ৫ দিনৰ খাৰুৱা তেলহে মজুত আছে দেশত মধ্য প্ৰাচ্যৰ যুদ্ধৰ…

ByByMahesh Malakar Mar 25, 2026

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো হত্যাকাণ্ড নাছিল আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল…

ByByMahesh Malakar Mar 25, 2026

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৩৭ নং…

ByByMahesh Malakar Mar 24, 2026
Scroll to Top