• Home
  • অসম
  • কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে
Image

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে

‘কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ’ব উজনি অসম’

আমগুৰিতো ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ।

অসমীয়া যুৱ মঞ্চই সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোচৰাই।

কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰি জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ।

অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউলক।

জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোচৰাই লৈ ফুৰে।

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা…

ByByMahesh Malakar Feb 26, 2026

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026
Scroll to Top