ৰাজ্যত ১০ জানুৱাৰীৰ পূৰ্বে হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি।
১৫ জানুৱাৰীৰ আশে-পাশে হ’ব ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি।
১০ ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান বিভাগত হ’ব নিযুক্তি।
২২ ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি।
২৩ ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে স্বাস্থ্য বিভাগত নিযুক্তি।
এটাও গোচৰ দাখিল নোহোৱাকৈ সম্পন্ন ডেৰ লাখ নিযুক্তি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা।
৫বছৰত ৰাজ্যত অভিলেখ সংখ্যক নিযুক্তি মোৰ বাবে বিশেষ প্ৰাপ্তি বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই













