• Home
  • অসম
  • মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে
Image

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য

পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক বান্ধি দিছিল ১০ দিনৰ সময়

মুখ্যমন্ত্ৰীৰ অভিযোগক ছুপাৰ ফ্লপ বুলি আখ্যা গৌৰৱ গগৈৰ

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

ৰাজীৱ ভৱনত সম্বোধন কৰিব সংবাদমেল

দিনৰ ১২ বজাত সংবাদমেল সম্বোধন কৰিব গৌৰৱ গগৈয়ে

আৰু এই সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

Releated Posts

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত…

ByByMahesh Malakar Feb 8, 2026

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026

কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026

USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা

প্ৰেছ বিজ্ঞপ্তিUSTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬Ri-Bhoi, Meghalaya|06 February 2026: USTM- ত…

ByByMahesh Malakar Feb 6, 2026
Scroll to Top