অন্তিম পৰ্যায়ত অভি-নীল কাণ্ডৰ শুনানি
আজিৰে পৰা ৭ ফেব্ৰুৱাৰীলৈ অন্তিমটো শুনানি হ’ব আদালতত
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলংৰ ডকমকাত অতি বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰা হৈছিল ২ যুৱকক
মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল দুই নিৰ্দোষী প্ৰতিভাসম্পন্ন যুৱকক
নগাঁৱৰ চেচন আদালতত চলিব অন্তিমটো শুনানি
একাংশ উন্মাদে প্ৰাণ লৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ
অভি-নীলৰ ন্যায়ৰ আশাত আজিও অপেক্ষাত ৰাজ্যৰ জনতা
ন্যায় পাবনে অভিজিত নাথ, নীলোৎপল দাসে?













