• Home
  • অসম
  • ঈশ্বৰ পুত্ৰক সুঁৱৰি সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গৰআৱেগিক পোষ্ট
Image

ঈশ্বৰ পুত্ৰক সুঁৱৰি সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গৰআৱেগিক পোষ্ট

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উদাস হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ সামাজিক মাধ্যমত গৰিমাই বিভিন্ন সময়ত তেওঁৰ মনৰ কথা আৰু অৱস্থা প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰি জুবিনৰ পত্নী গৰিমা গাৰ্গে লিখিছে মনৰ কথা।

য’ত তেওঁৰ চাৰিওফালে শূন্যতা বুলি উল্লেখ কৰি জুবিনৰ সৈতে একাত্ম হোৱাৰ পথ প্ৰাৰ্থনা বুলি উল্লেখ কৰিছে। গৰিমাই লিখিছে- সকলোফালে মাথো এক বিশাল শূণ্যতা/ অনিশ্চয়তাৰ ধূসৰ পৃথিৱী/ তুমি মই একাত্ম হোৱাৰ পথ- এতিয়া সেইয়াই মাথো প্ৰাৰ্থনা, সেইয়াই মোৰ সন্ধান…

Releated Posts

৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী…

ByByMahesh Malakar Mar 22, 2026

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা হাজো-শুৱালকুছি- ৰৌজি আহমেদ ( ফুনু দাস) মন্দিয়া- শ্বেৰমান আলী আহমেদ মধ্য গুৱাহাটী: অভিজিৎ…

ByByMahesh Malakar Mar 22, 2026
Scroll to Top