পুৱতি নিশা যোৰাবাটত বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ…

দিব্যজ্যোতি শইকীয়া নামৰ বাইক চোৰলৈ আৰক্ষীৰ গুলী,আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত দিব্যজ্যোতি। নিশাই আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৩ গাড়ী চোৰক, বর্তমান GMCHত ভর্তি অভিযুক্ত দিব্যজ্যোতি।

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ।

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰম্ভ কৰিছে তদন্ত। ২০১০-১১ বৰ্ষত সম্পন্ন হোৱা নিযুক্তিৰ তদন্তৰ ফাইল খুলিছে। ১০ গৰাকী নিযুক্তিপ্ৰাপ্তক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

দুধৰ্ষ চোৰ, আৰক্ষীৰ মষ্ট ৱান্টেড মন্দিপ কোঁৱৰ ওৰফে ৰহান বশিষ্ঠ আৰক্ষীৰ জালত…

কইনাধাৰাৰ পৰা চুৰি হোৱা বাহনসহ ২৪ ঘণ্টাৰ ভিতৰতে গুৱহাটীৰ সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ ধৃত মন্দিপ কোঁৱৰক বশিষ্ঠ থানাৰ অ.চি কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা গাড়ী চুৰি কৰি অহাৰ অভিযোগ মন্দিপ কোঁৱৰৰ বিৰূদ্ধে

পুনৰ STFৰ জালত জেহাদী…

পুনৰ STFৰ জালত জেহাদী কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ নাছিম উদ্দিনক এছ কেক এবিটি আৰু জামাত-উল-মুজাহিদীনৰ সদস্য নাছিম উদ্দিন পূর্বে গ্ৰেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ নাছিম উদ্দিন উগ্রপন্থী কার্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ নাছিমক গুৱাহাটীলৈ অনা হৈছে ধৃত নাছিম উদ্দিনক কোকৰাঝাৰ মোক্ৰাপাৰাত গ্ৰেপ্তাৰ হৈছিল নাচিম উদ্দিন

মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী

মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী হাটশিঙিমাৰী পিপুলবাৰী গাঁৱত আৰক্ষীৰ অভিযানত জব্দ সামগ্রীখিনি আকবৰ আলী নামৰ এজনৰ ঘৰৰ পৰা জব্দ বিস্ফোৰকখিনি মোস্তাফা ৰহমান নামৰ আন এজনো জড়িত এই সামগ্ৰী সৰবৰাহত বর্তমান পলাতক অবস্থাত আছে মোস্তাফা ৰহমান ৭/৮ মাহ পূর্বে ভুৰাকাটা গাঁৱৰ এজন লোকৰ ঘৰত লুকুৱাই ৰাখিছিল সামগ্রীখিনি ৰেজাউল কৰিম নামৰ লোকজনৰ ঘৰত পূৰ্বে লুকুৱাই ৰখা … Read more

সৰস্বতী পূজাৰ দিনটোতে নলবাৰীত শোকাৱহ ঘটনা

প্ৰেমিকৰ সৈতে বিহপান কৰি প্ৰেমিকাৰ মৃত্যু প্ৰেমৰ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি দুই কিশোৰ-কিশোৰীয়ে একেলগে কৰিলে বিহপান শুশ্রুষা হাস্পতালত মৃত্যু কিশোৰীগৰাকীৰ সাঁৰথি হাস্পতালৰ ICU ত মৃত্যুৰে যুঁজিছে কিশোৰজনে কিশোৰ-কিশোৰীদ্বয়ৰ ঘৰ নলবাৰীৰ দীপ্তা সুৰাদীত পুৱা দুয়ো ওলাই গৈছিল সৰস্বতী পূজা চাবলৈ তাৰ পাছতে কিশোৰ-কিশোৰীদ্বয়ে মিলি কৰিছিল বিহপান মৃত কিশোৰীগৰাকী বৰমাৰ ছানৰাইজ একাডেমীৰ ছাত্রী চিকিৎসাধীন ছাত্রজন বৰমাৰ কেমব্রিজ একাডেমীৰ

গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড।

গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড। অশালীন ভিডিঅ’ বনোৱাৰ পৰিকল্পনাৰে এগৰাকী বিদেশী যুৱতীক দলবদ্ধ অপকৰ্মৰ চেষ্টা ৭ নৰপিশাচৰ। দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠাত ৬ যুৱকে অশালীন ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰাইছিল বিদেশী যুৱতীক। ৬ যুৱকে মিলি যুৱতীগৰাকীৰ শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰে …

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ।

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শিলৰ ক্ৰেচাৰ ডাষ্টত পোত গৈ থকা অৱস্থাত উদ্ধাৰ দিপালী আগৰিয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ। গেলেকী ত্ৰিবেণী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল দিপালী আগৰিয়া । যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ ঘৰ মেঠনচোৱাৰ উৰিয়া বস্তিত।

তামুলপুৰ জিলাৰ খন্দিকৰত নিশা ৰাইজে আটক কৰিলে গৰু চোৰক।

তামুলপুৰ জিলাৰ অন্তৰ্গত খন্দিকৰত যোৱা নিশা গোহালিৰ গৰু চুৰি কৰিবলৈ অহা এজন গৰু চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয় । নিজকে কাউৰবাহাৰ সমিপৰ কেলেংচকৰ নবিন ডেকা বুলি পৰিচয় দিয়া ধৃত চোৰজনে জানিবলৈ দিয়া মতে একে গাঁওৰে তিনিজন ব্যক্তি গৰু চোৰ কৰিবলৈ আহিছিল যদিও উদ্ধৱ ডেকা আৰু মোহন নাথ ডেকা পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য … Read more

শোণিতপুৰৰ চিৰাজুলি ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু।

চিৰাজুলিৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শুক্ৰবাৰে দিনৰ ১১ বজাত তদন্তৰ বাবে চিৰাজুলিত উপস্থিত হ’ল ঢেকীয়াজুলি আৰক্ষী ৷ উত্থাপিত অভিযোগ অনুসৰি যোৱা ১৮ জানুৱাৰী তাৰিখে চিৰাজুলিস্থিত নিউ হৰিজন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী শিক্ষকে অমন মাহাতো নামৰ এগৰাকী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ পিছতে কালি … Read more