আজি ৰাষ্ট্ৰীয় ‘জেভেলিন ডে ‘ । অসম এথলেটিকছ সন্থাৰ বিশেষ আয়োজন ।
৭ আগষ্ট দিনটো স্বৰ্ণজয়ী ভাৰতীয় তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গিত ।সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এথলেটিক ষ্টেডিয়ামত দিনযোৰা কাৰ্যসূচীৰ সৈতেসংগতি ৰাখি ৰাজ্যিক ভিত্তিত পাঁচটা বয়স শাখা সামৰি এক জেভেলিন থ্ৰ’ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।ৰাজ্যৰ ২৫ খন জিলাৰ ২২৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।এই কাৰ্যসূচীত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি কেবিনেট … Read more