কাছাৰৰ বাশকান্দিত প্রায় ৩০ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া।

লক্ষীপুৰৰ মাফিয়া আব্দুল ৰেজ্জাকৰ বাসগৃহত চলিছিল আৰক্ষীৰ অভিযান ।গোহালিৰ পৰা ১০ টা হেৰ’ইন ভর্তি চাবোনৰ বাকচ জব্দ আৰক্ষীৰ ।মাটিত পুতি থোৱা অবস্থাত প্রায় ৯৮ হাজাৰ য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে নগদ ৩ লাখ ৫০ হাজাৰ টকা।

ডিব্রুগড় বিমান বন্দৰত উদ্ধাৰ বন্দুকৰ গুলী…

যাত্রীৰ বেগৰ পৰা উদ্ধাৰ 9mm বন্দুকৰ গুলী…চিম্ভো দয়াল নামৰ যাত্রীজনৰ বেগৰ পৰা উদ্ধাৰ…ডিব্রুগড়ৰ পৰা নিজ গৃহ ৰাজস্থানলৈ ৰাওনা হৈছিল লোকজন…নিৰাপত্তাৰক্ষীয়ে লোকজনৰ বেগসমূহ পৰীক্ষা কৰোতে ধৰা পৰে গুলী…ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক…

বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক…

বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভুৱা পৰীক্ষার্থী আটক অসৎ উপায়েৰে উলিয়াই লৈছিল ভুৱা এডমিট কার্ড হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ধৃত হাৰুনাৰ ৰসিদ ভুৱা এডমিট কার্ড দেখুৱাই আৰক্ষীত চাকৰি লোৱাৰ পৰিকল্পনা আছিল হাৰনাৰৰ ঘটনাত জড়িত বিদ্যালয়খনৰ প্রধান শিক্ষক মহিৰ উদ্দিন বিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত অধ্যাপক অৰূপ দাস হৰেন্দ্ৰ … Read more

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক আক্ৰমণ।

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক আক্ৰমণ। ধুবুৰী SP কৰ্যালয়ৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশ। ভুক্তভোগী বিষ্ণু ৰায় নামৰ জোৱানজন বৰ্তমান ৭নং বেটেলিয়নত কৰ্মৰত। জোৱানজনৰ গাত ঔষধজাতীয় সামগ্ৰী ছটিয়াই চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ। জোৱানজনৰ সোণৰ অলংকাৰ লৈ পলোৱাৰ চেষ্টা কৰোঁতেই ৰাইজৰ কবলত পৰে চোৰটো। ধৃত চিলনী চোৰটোক ৰাইজে শোধালে উত্তম-মধ্যম। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত … Read more

USTM আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে

গুৱাহাটী, শুকুৰবাৰ: শ্ৰীভূমি আৰক্ষীয়ে গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে মাজ নিশা ডেৰ বজাত মহানগৰ আৰক্ষী, STF (Special Task Force) আৰু শ্ৰীভূমি আৰক্ষীয়ে যুটীয়া অভিযান চলাই তেওঁক আটক কৰে। গ্ৰেপ্তাৰৰ পিছত মহবুবুল হকক বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে। তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ … Read more

বাহাল থাকিল অনিয়মেৰে APSC উত্তীৰ্ণ বিষয়াৰ চাকৰি, চৰকাৰৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati High court

গুৱাহাটী: ৰাজ্য চৰকাৰৰ আবেদন নাকচ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অনিয়মেৰে Assam Public Service Commission (APSC) উত্তীৰ্ণ হোৱা এজন ৰাজপত্রিত বিষয়াৰ চাকৰি বাহাল ৰাখিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে চৰকাৰৰ আবেদন খাৰিজ কৰি এই সিদ্ধান্ত দিয়ে। ঘটনাটোৰ পটভূমিত, APSCৰ নিয়ম-নীতি উলংঘা কৰি উত্তীৰ্ণ হোৱা বুলি সন্দেহ কৰি এজন ৰাজপত্রিত বিষয়াক চৰকাৰে বৰ্খাস্ত কৰিছিল। কিন্তু পিছত উচ্চ … Read more

গুৱাহাটী মহানগৰীত সংঘটিত পুনৰ চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী মহানগৰীত সংঘটিত পুনৰ চাঞ্চল্যকৰ ঘটনা।গুৱাহাটীত উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃতদেহ।মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী কনিষ্টবলজন ৰাজু মাহাতোৰ নিথৰ দেহ।গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতো।

সোণাপুৰত দলবদ্ধ ধ-ৰ্ষ-ণ-ৰ ঘটনা।

চাৰি পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰ অনুৰ্দ্ধৰ কিশোৰী। কিশোৰী গৰাকী অন্তঃসত্ত্বা হোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। দীৰ্ঘদিনৰে পৰা কিশোৰী গৰাকীক ভয় ভাবুকিৰে বলাৎকাৰ কৰি আহিছিল পাষণ্ডকেইটাই। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত চাৰি দুৰ্বিত্ত। ধৃত চাৰি পাষণ্ড বিকাশ কৰ্মকাৰ(১৯), বিষ্ণু খাৰিয়া(১৯), ৰবি কৰ্মকাৰ(২০) আৰু ৰঞ্জন কৰ্মকাৰ (১৯)। ঘটনাৰ সৈতে … Read more

মহানগৰী উলুবাৰীত নৃ-শং-স হ-ত্যা-কা-ণ্ড।

মহানগৰী উলুবাৰীত নৃশংস হত্যাকাণ্ড।মহিলাক লোৰে মৰিয়াই হত্যা স্বামীৰ।মৃত মহিলাগৰাকীৰ নাম শ্রেয়া ভট্টাচাৰ্য।পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ।পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত এই হত্যাকাণ্ড।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

জামুগুৰিহাটত বাল্য বিবাহৰ ঘটনা।

বাল্য বিবাহ সম্পন্ন কৰা দৰা কইনা সহ অভিভাৱকক গ্ৰেপ্তাৰ। জামুগুৰিহাটৰ গটাইমাৰিত গোপনে সম্পন্ন কৰিছিল এখন বাল্যবিবাহ। গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জামুগুৰি আৰক্ষী। জালত পৰে বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাবক। POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ।