• Home
  • অসম
  • কোনেনো মচিব পাৰে জুবিন গাৰ্গৰ নাম?
Image

কোনেনো মচিব পাৰে জুবিন গাৰ্গৰ নাম?

সমগ্ৰ ৰাজ্যতে চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। কায়িকভাৱে জুবিন নোহোৱা ৭৩ টা দিন পাৰ হ’ল। সকলো অপেক্ষাৰত জুবিনৰ ন্যায়ৰ বাবে। ইপিনে জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ বাবে জুবিন গাৰ্গৰ ঘৰলৈ গৈছিল BLO তফিজ উদ্দিন। তফিজে প্ৰত্যেকজন সদস্যৰ তথ্য সংগ্ৰহ কৰিলে।

উল্লেখ্য যে, নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। কিন্তু থমকি ৰ’ল BLO তফিজ উদ্দিন। কেনেদৰে চিৰদিনৰ বাবে জুবিন নাম কৰ্তন কৰিব ভোটাৰ তালিকাৰ পৰা।নিজৰ দায়িত্ব পালন কৰি BLO তফিজ উদ্দিনে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখিলে, “চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক।”

Releated Posts

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 9, 2026

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত…

ByByMahesh Malakar Feb 8, 2026

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026

কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026
Scroll to Top