• Home
  • অসম
  • কোনেনো মচিব পাৰে জুবিন গাৰ্গৰ নাম?
Image

কোনেনো মচিব পাৰে জুবিন গাৰ্গৰ নাম?

সমগ্ৰ ৰাজ্যতে চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। কায়িকভাৱে জুবিন নোহোৱা ৭৩ টা দিন পাৰ হ’ল। সকলো অপেক্ষাৰত জুবিনৰ ন্যায়ৰ বাবে। ইপিনে জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ বাবে জুবিন গাৰ্গৰ ঘৰলৈ গৈছিল BLO তফিজ উদ্দিন। তফিজে প্ৰত্যেকজন সদস্যৰ তথ্য সংগ্ৰহ কৰিলে।

উল্লেখ্য যে, নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। কিন্তু থমকি ৰ’ল BLO তফিজ উদ্দিন। কেনেদৰে চিৰদিনৰ বাবে জুবিন নাম কৰ্তন কৰিব ভোটাৰ তালিকাৰ পৰা।নিজৰ দায়িত্ব পালন কৰি BLO তফিজ উদ্দিনে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখিলে, “চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক।”

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top