• Home
  • অসম
  • গোৰেশ্বৰত শান্তিপূৰ্ণভাৱে আৰম্ভ বিটিচি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া

গোৰেশ্বৰত শান্তিপূৰ্ণভাৱে আৰম্ভ বিটিচি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া

গোৰেশ্বৰত শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।

৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৯গৰাকী প্ৰাৰ্থীয়ে।

পুৱাই গোৰেশ্বৰৰ বৰকুছলা মজলীয়া বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে গোৰেশ্বৰৰ বিজেপি দলৰ প্ৰাৰ্থী দেৰহাচাৰ নাৰ্জাৰীয়ে।

শান্তি-শৃংশলাভাৱে ভোটাদান অনুষ্ঠিত হৈ যাব বুলি আশা কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

একেদৰে অন্য প্ৰাৰ্থী সকলেও নিজ নিজ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে।

Releated Posts

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ…

ByByMahesh Malakar Feb 28, 2026

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা। আজিৰে পৰা ৯ মার্চলৈ হ’ব এই যাত্রা। ঢেকীয়াজুলী, বৰচলা, তেজপুৰ, নদুৱাৰ,…

ByByMahesh Malakar Feb 28, 2026
Scroll to Top