Image

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা

অনিৰ্দিষ্টকাললৈ প্ৰযোজ্য হ’ব কঠোৰ নিয়ম

ধুবুৰী জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা

কোনেও বজাব নোৱাৰিব মাইক, লাউডস্পীকাৰ

সকলোধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহৃত ব্যৱহাৰত নিষেধাজ্ঞা

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰযোজ্য হ’ব এই নিয়ম

নিয়ম উলংঘা কৰিলেই লোৱা হ’ব কঠোৰ শাস্তি

পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিয়ম হ’ব প্ৰযোজ্য

শব্দ প্ৰদূষণৰ ওপৰত গুৰুত্ব ৰাখি এই সিদ্ধান্ত জিলা আয়ুক্তৰ

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top