• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?
Image

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সযোগে জুবিন গাৰ্গৰ ২য় দিনৰ শুনানি গ্ৰহণ কৰা হয়।

২৫৬/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয় সত্ৰ ন্যায়াধীশ আদালতত। ভাৰ্চুৱেলী আদালতত হাজিৰ হয় সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাসহ আটাইজন অভিযুক্ত।

৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে আদালতে। ইফালে অভিযুক্ত পক্ষৰ পৰা জামিন আবেদন কৰা নাই কোনো অধিবক্তাই। সকলো পক্ষকে গোচৰটোত জড়িত নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৩ জানুৱাৰীত সকলো অভিযোগৰ ওপৰত শুনানি হ’ব আদালতত।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025

জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে

“জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ” জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ…

ByByMahesh MalakarDec 21, 2025
Scroll to Top