• Home
  • অসম
  • কংগ্ৰেছ ত্যাগ কৰি কান্দোনত ভাগি পৰিল ভূপেন বৰা
Image

কংগ্ৰেছ ত্যাগ কৰি কান্দোনত ভাগি পৰিল ভূপেন বৰা

কংগ্ৰেছ ত্যাগ কৰি কান্দোনত ভাগি পৰিল ভূপেন বৰা

কংগ্ৰেছ এৰাৰ পূৰ্বে চকু সেমেকি উঠিল ভূপেন বৰাৰ

কংগ্ৰেছ এৰাৰ চূড়ান্ত সিদ্ধান্ত ল’লে ভূপেন বৰাই

বিজেপিৰ পৰাই ২৬ৰ নিৰ্বাচন খেলিবলৈ সাজু ভূপেন বৰা

‘মোৰ হাতত বঠা নাই মই পালতৰা নাওঁ’

মই ২০২৬ ৰ বিধানসভা নিৰ্বাচন খেলিম

মোক ৰাইজে আশীৰ্বাদ কৰিব

ৰাইজৰ সৈতে মই কেতিয়াও সমন্ধ বেয়া নকৰোঁ

মই ৰাইজৰ চৰণত আছিলোঁ সদায় থাকিম

কংগ্ৰেছ এৰাৰ সিদ্ধান্তই ললে ভূপেন বৰাই

কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু ভূপেন বৰা

Releated Posts

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷ যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক…

ByByMahesh Malakar Apr 21, 2026

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২। মণিপুৰৰ কামজেং…

ByByMahesh Malakar Apr 21, 2026

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয়

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয় |…

ByByMahesh Malakar Apr 20, 2026

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই নিশাৰ এজাক বৰষুণৰ মাজতে নলাত উটি গৈছিল পায়েল নাথ…

ByByMahesh Malakar Apr 20, 2026
Scroll to Top