BCCIৰ পূৰ্ণকালীন সচিবৰ দায়িত্ব লাভ কৰাৰ দিশে অসম সন্তান দেৱজিৎ শইকীয়া।

বিনাপ্ৰতিদ্বন্দ্বিতাৰে BCCIৰ সচিবৰ পদত নিৰ্বাচিত দেৱজিৎ শইকীয়া।

শনিবাৰে আছিল সচিব পদৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

অন্তিম দিনটোত দেৱজিৎ শইকীয়াৰ বাহিৰে সচিব পদৰ বাবে আন কোনোৱে দাখিল নকৰিলে মনোনয়ন।

BCCIৰ সচিবৰ পদত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়াই হৈছে প্ৰথমজন অসমীয়া।