ডিগবৈত এ অ’ ডি ৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস।
ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ উদ্যোগত, পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত (বিহুতলী) আজি ৰাতিপুৱা আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।ডিগবৈ শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালক তথা মূৰব্বী ৰাহুল প্ৰশান্তই শুভাৰম্ভৰ কৰা যোগ দিৱসত যোগগুৰু সুখময় নাথে যোগ প্ৰশিক্ষণ প্ৰদান কৰে।শোধনাগাৰত কৰ্মৰত চি আই এছ এফ,এই আই এছ এফ, এ অ’ ডি ৰ নিৰাপত্তা ৰক্ষী বিভাগ, বিষয়াবৰ্গ, এ অ’ … Read more