• Home
  • দেশ
  • পুনৰ অশান্ত বাংলাদেশ
Image

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ

ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ।

অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ।

ছাত্রনেতাৰ মৃত্যুক লৈ জ্বলিছে বাংলাদেশ।

ওচমান হাদিৰ ঘটনাক লৈ পুনৰ অগ্নিগৰ্ভা বাংলাদেশ।

শ্বেখ হাছিনা চৰকাৰৰ মন্ত্ৰীৰ বাসগৃহ লণ্ডভণ্ড।

হাজাৰ হাজাৰ Bangladesh in turmoil againৰ বাংলাদেশৰ ৰাজপথত প্ৰতিবাদ।

ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ।

সংবাদ প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড, অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ, নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি।

মছজিদত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়াৰ সংকল্প।

ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ।

মাজনিশা উত্তেজিত লোকে আক্ৰমণ কৰিলে প্ৰাক্তন মন্ত্ৰীৰ ঘৰ।

ইনকিলাব মঞ্চ’ৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীক হত্যা কৰাৰ পিছতেই ভাৰত বিৰোধী শ্লোগানেৰে উত্তপ্ত বাংলাদেশ।

হাদীৰৰ হত্যাকাৰী ভাৰতলৈ পলাই অহাৰ অভিযোগ।

আনহাতে ভাৰতে নসাৎ কৰি আহিছে বাংলাদেশৰ অভিযোগ।

Releated Posts

 ইজৰাইল প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মোদীৰ

দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷ তেওঁ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ…

ByByMahesh Malakar Mar 2, 2026

সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱাল দোষমুক্ত ঘোষণা আদালতৰ

অৱশেষত মুকলি আকাশৰ তলত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। দিল্লী…

ByByMahesh Malakar Feb 27, 2026

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা…

ByByMahesh Malakar Feb 26, 2026
Scroll to Top