গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন…

গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ মহোৎসৱৰ বাবে সাজু শ্ৰীশ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতি লাখ লাখ ভক্তক আদৰিবলৈ পৰিচালনা সমিতিয়ে চলাইছে প্ৰস্তুতি

ৰূপহীহাটৰ লাওখোৱাৰ তিনিআলিত অগ্নিকাণ্ড…

ৰূপহীহাটৰ লাওখোৱাৰ তিনিআলিত অগ্নিকাণ্ড হেমন্ত বৰা নামৰ লোকজনৰ ঘৰত লাগিল জুই হেমন্ত বৰাই নিজেই অগ্নিসংযোগ কৰাৰ অভিযোগ পত্নী, কন্যাক আবদ্ধ কৰি অগ্নিসংযোগৰ গুৰুতৰ অভিযোগ অগ্নিকাণ্ডৰ পাছতেই পলায়ন হেমন্ত বৰাৰ

ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত স্বামীসহ সাংবাদিক…

ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত স্বামীসহ সাংবাদিক নগাঁৱৰ পৰিস্মিতা শইকীয়াৰ নামৰ সাংবাদিকগৰাকীক আটক আটক কৰিছে পৰিস্মিতা শইকীয়াৰ স্বামী কুন্দন ভৰালীকো এগৰাকী শিক্ষকক ৫০ হাজাৰ টকা দাবী কৰি আটক দম্পতীটো

নলবাৰীৰ ৰাজাখাট বানেকুছিত নৃ-শং-স হ-ত্যা-কা-ণ্ড…

ঘুচিয়াই ঘুচিয়াই ৬০ বছৰীয়া এজন লোকক হত্যা আবুল হুছেইন নামৰ লোকজনক হত্যা মজনুৰ ওৰফে ডালে নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ পলাতক হত্যাকাৰী মজনুৰ ওৰফে ডালেক আটক আৰক্ষীৰ হত্যাকাণ্ডৰ পাছতে পলায়ন কৰিছিল মজনুৰ ওৰফে ডালেই প্রেমজনিত কাৰণতে লোকজনক হত্যা কৰাৰ সন্দেহ

বাক্সা জিলাত শিক্ষকৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ…

বাক্সা জিলাত শিক্ষকৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ সহকাৰী শিক্ষক গুণগোবিন্দ ডেকাৰ বিৰুদ্ধে গোচৰ দীঘেলী আৰ ডি বি মিলন হাইস্কুলৰ শিক্ষক গুণগোবিন্দ ডেকা শিক্ষকজনৰ বিৰুদ্ধে বৰমা থানাত POCSOৰ অধীনত গোচৰ ৰুজু

আজি প্রয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্রাদ্ধ…

শদিয়াৰ নিজ গাঁৱত আদ্যশ্রাদ্ধৰ আয়োজন প্রায় ১ লাখ শুভাকাংক্ষীক আদৰিবলৈ সাজু শদিয়াবাসী অতিথিক আপ্যায়নৰ বাবে সাজু শদিয়াৰ ১২৯খন গাঁৱৰ ৰাইজ ৰান্ধনীঘৰত সাজু কৰি তোলা হৈছে ২৩টাকৈ চৌকা কেইবাখনো গাঁৱৰ ৰাইজে প্ৰস্তুত কৰিছে প্রায় ১০ হাজাৰ পকা মিঠৈ

নলবাৰীৰ বনগাঁৱত ভয়ংকৰ ঘটনা। নিৰ্মাণকাৰ্যৰ মাজতে ডিঙি কটা গৈ মৃত্যু শ্ৰমিকৰ।

কাঠ কাটি থকাৰ সময়তে সংঘটিত এই ঘটনা।মৃত শ্ৰমিকজন মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে, মনোৱাৰ হুছেইনৰ বয়স ৩২ বছৰ বুলি জানিব পৰা গৈছে। অসাৱধানৱশতঃ মেচিনৰ ব্লেডত পিছলি পৰে শ্ৰমিকজন। এই ঘটনাৰ পিছতে সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যই বিৰাজ কৰিছে

আগমনিৰ অন্তৰ্গত ৰতিয়াদহ বেৰিগেটৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনা হোৱা বাহনখনত সুপাৰী ভৰ্তি আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰীৰ পৰা পশ্চিম বংগ অভিমূখে গৈ থাকোতে AS18AC5397 আল্টাখন ৰতিয়াদহ বেৰিগেটৰ সন্মুখত অন্য এখন গাড়ীৰ পিছফালে লগাই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। আৰু যি গাড়ীখনত লগাই দিছিল সেই গাড়ী খন পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা … Read more

দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংঘালৰ ।

দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংঘালৰ ।দেশৰ ৰাজধানী দিল্লীবাসীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ভোটদান কৰি সঠিক সিদ্ধান্ত লৈছে ।বিজেপিৰ নেতৃত্বত পুনৰ প্ৰানৱন্ত হৈ উঠিব দেশৰ ৰাজধানী দিল্লী ।আম আদমী পাৰ্টিয়ে দিল্লীক জুপৰপত্তিত কৰি তুলিছিল বুলি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ ।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলিয়াবৰৰ এখন সাপ্তাহিক বজাৰ।

বিদেশী পৰ্যটকে ক্ৰয় কৰিলে কলিয়াবৰৰ উলুৱনি সাপ্তাহিক বজাৰত উপলব্ধ থলুৱা শাক-পাচলি। গাঁৱলীয়া পৰিবেশৰ মাজত থকা কলিয়াবৰৰ উলুৱনি সাপ্তাহিক বজাৰত দেখা পোৱা গ’ল এটা বিদেশী পৰ্যটকৰ দলক। কাজিৰঙা তথা অসমৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটকে শক্ৰবাৰে ভুমুকি মাৰে কলিয়াবৰৰ এখন বিশেষ বজাৰত। বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণ কেন্দ্ৰ হৈ পৰিছে কলিয়াবৰৰ উলুৱনি মডেল বজাৰখন। Jungle … Read more