জাগীৰোড তথা অসমবাসীৰ বাবে গৌৰৱৰ দিন ৩ আগষ্ট । জাগীৰোডত স্থাপন হবলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হব ৩ আগষ্টত ।

৩ আগষ্টৰ দিনটো হ’ব জাগীৰোড তথা সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক দিন ৷কিয়নো, ৩ আগষ্টত ভূমি পূজন হ’ব জাগীৰোডত স্থাপন হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ৷২০২৬ চনৰ ভিতৰতে টাটাই এই প্ৰকল্পত আৰম্ভ কৰিব ছেমিকণ্ডাক্টৰ প্ৰস্তুতৰ কাম ৷প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰকল্প নির্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা ।এই প্ৰকল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে … Read more

এইবাৰ “পাপাৰাজ্জী সংস্কৃতি” ৰ ওপৰত এক্সন মোডত বলীউদৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰ । কিয় হঠাতে এনে পৰিৱেশৰ সূচনা ? নিজ মুখে উল্লেখ কৰিলে জাহ্নৱীয়ে ।

সততে দেখা যায়, চেলীব্ৰেটীৰ ফটো উঠাবলৈ হেতা- ওপৰা কৰা “পাপাৰাজ্জী সংস্কৃতি” বলীউদত বিৰাজমান । কিন্তু , শেহতীয়াকৈ চৌদিশে চলি থকা জাহ্নৱীৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতৰ বিষয়ে উল্লেখ কৰি জাহ্নৱীয়ে এই প্ৰসংগ আনে। বলীউডৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। জাহ্নৱী এতিয়া তেওঁৰ … Read more

বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাঁওবাসীক । উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ ।

বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাঁওবাসীক ।উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে ।সেয়ে, আজি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ দিনত ৰাস্তা ঘাট,নামঘৰ, মন্দিৰ, মজিদ আদিৰ যথেষ্ট উন্নয়ন হোৱাৰবিপৰীতে বিগত ৮০ চনৰ পৰাই বসবাস কৰা ৪ খন গাঁৱৰ ৰাইজৰ মাত্ৰ ১ কি. মি. দৈৰ্ঘ্যৰ এটা পথ আজিও জৰাজীৰ্ণ হৈ … Read more

ধিঙত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন।

পটল খেতিত কাম কৰি থকা অৱস্থাত পুঠিমাৰীৰ আব্দুল ৰেজেক নামৰ কৃষক গৰাকীক আক্ৰমণ কৰে বাঘে ।সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁৱলৈ প্ৰেৰণ কৰে।যোৱা দহ দিন ধৰি ধিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে।কিন্তু বাঘ ধৰাত ব্যৰ্থ নগাঁও বন বিভাগ।পূৰ্বেও বাঘটোৱে ধিঙৰ জেঙনীত তিনিজন লোকক আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰিছিল। … Read more