• Home
  • অসম
  • ২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে
Image

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে, শশাংক সমীৰ পৰিচালিত ‘ভাইমন দা’ কাহিনী চিত্ৰ শিতানত নিৰ্বাচিত হৈছে।

দেৱাংকৰ বুঢ়াগোঁহাই পৰিচালিত ‘চিকাৰ’ মূলসঁতিৰ ছবি শিতানত নিৰ্বাচিত হৈছে।

আনহাতে Non-feature শাখাত নিৰ্বাচিত হৈছে নম্ৰতা দত্ত পৰিচালিত ‘পত্ৰলেখা’৷

এই মহোৎসৱ অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈকে গোৱাত অনুষ্ঠিত হ’ব।

Releated Posts

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছমহীয়া তিথি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছমহীয়া তিথি পুৱাই শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলন পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ কাহিলীপাৰাস্থিত বাসগৃহত…

ByByMahesh Malakar Mar 16, 2026

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক ইউএছটিএমত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

]পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক ইউএছটিএমত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান Ri-Bhoi, Meghalaya | 16 March 2026:…

ByByMahesh Malakar Mar 16, 2026

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

অপেক্ষাৰ অন্ত! অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ১৬ মাৰ্চত জাৰি কৰা…

ByByMahesh Malakar Mar 15, 2026
Scroll to Top