• Home
  • অসম
  • বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস
Image

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

অসম পালেহি বিশ্বজয়ী অসম কন্যা চিমু দাস। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপত চেম্পিয়ন ভাৰত। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য চিমু দাস। গৃহভূমিত উষ্ম আদৰণি চিমু দাসক। বৰঝাৰ বিমানবন্দৰত খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি। বিশ্বকাপ জয়ী কৰা প্ৰথম গৰাকী অসমীয়া দিব্যাংগ মহিলা ক্ৰিকেটা চিমু দাস

শ্ৰীলংকাত অনুষ্ঠিত হৈছিল প্ৰথম দৃষ্টিহীন টি-টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ। ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য অসম জীয়ৰী চিমু দাস গৃহভূমিত উপস্থিত হোৱাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা উষ্ম আদৰণি তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰত্যাহ্বান নেওচি বিশ্বৰ প্ৰেক্ষাপটত জিলিকি উঠিছে অসম গৌৰৱ চিমু দাস।

Releated Posts

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে…

ByByMahesh Malakar Apr 11, 2026

১০ দিনীয়া চন্দ্ৰ অভিযান সামৰি পৃথিৱীত অৱতৰণ আৰ্টেমিছ ২-ৰ

ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা ১০ দিনীয়া ঐতিহাসিক চন্দ্ৰ অভিযান সমাপ্ত কৰি আৰ্টেমিছ ২-ৰ মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি আহে।…

ByByMahesh Malakar Apr 11, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top