Image

বিবাহ বাতিল স্মৃতি মান্ধনাৰ

বিবাহ বাতিল স্মৃতি মান্ধনাৰ। মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল। এই কথা জনালে সামাজিক মাধ্যমত।ভাৰতৰ কিংবদন্তি মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাই সংগীত শিল্পী পলাশ মুচলৰ সৈতে বিবাহ স্থগিত ৰখাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে। মান্ধনাই ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি বিবাহ বাতিলৰ কথা স্বীকাৰ কৰিছে। মান্ধনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে “বিবাহ বাতিল কৰা হৈছে”। আপোনালোকক জনাওঁ যে মান্ধনা আৰু পলাশৰ বিবাহ ২৩ নৱেম্বৰত হ’ব লাগিছিল কিন্তু বিয়াৰ সময়ত মান্ধনাৰ পিতৃ অসুস্থ বুলি প্ৰকাশ পাইছিল, যাৰ বাবে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু এতিয়া ১৫ দিনৰ পিছত অৰ্থাৎ ৭ ডিচেম্বৰত মান্ধনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি বিবাহ বাতিল কৰাৰ কথা জনায়।

Releated Posts

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…

ByByMahesh Malakar Apr 11, 2026

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে…

ByByMahesh Malakar Apr 11, 2026

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026
Scroll to Top