• Home
  • অসম
  • অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে অনিমা গগৈয়ে।

স্বামীৰ দাৰ ঘাপত আহত হৈছিল অনিমা গগৈ।

আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অনিমা গগৈৰ।

চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়াত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।

১১ ছেপ্তেম্বৰত স্বামী বকুল গগৈয়ে দাৰে আক্ৰমণ কৰিছিল পত্নী অনিমা গগৈক।

স্বামীৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মহিলাগৰাকী।

Releated Posts

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ…

ByByMahesh Malakar Mar 11, 2026

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা জনতাৰ পছন্দ কোন? প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী…

ByByMahesh Malakar Mar 11, 2026

ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা

 আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড৹ জ্ঞানশ্ৰী বৰাই । ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ…

ByByMahesh Malakar Mar 9, 2026

এটা সমষ্টিৰ বাবেই মিত্ৰতা ভংগ ৰাইজৰ দল আৰু কংগ্ৰেছৰ

এটা সমষ্টিৰ বাবে ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাত লাগিল আউল।ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ।এই কথা ঘোষণা কৰিলে অখিল গগৈয়ে।ধিং…

ByByMahesh Malakar Mar 9, 2026
Scroll to Top