সৰুসজাই উলহ-মালহ পৰিৱেশ
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠন।
৫,৮১৮ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তিপত্ৰ।
নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ ভিতৰত ১৫৬ গৰাকীক উপ পৰিদৰ্শক হিচাপে দিয়া হ‘ব নিযুক্তি।
৫,৪১০ গৰাকীক দিয়া হ’ব কনিষ্টবলৰ নিযুক্তিপত্ৰ।
সৰুসজাইত উলহ মালহ পৰিৱেশ।
ৰাজ্য চৰকাৰৰ ঘোষণা ২ লাখ নিযুক্তিৰ দিশত আগবাঢ়িছে চৰকাৰ।













