• Home
  • অসম
  • ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ
Image

ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস ৰচিলে ১২ বছৰীয়া নিবিৰ নেচন বৰুৱাই

আৰক্ষী অধীক্ষকৰ চকীত বহিল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা।

DSP হ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেছন বৰুৱা।

এদিনৰ বাবে বজালীত আৰক্ষী অধীক্ষকৰ ৰূপত ছাত্ৰ নিবিড় নেছন বৰুৱা।

বিশ্ব শিশু দিৱস উপলক্ষে এই কাৰ্যসূচী হাতত লৈছে বজালী আৰক্ষীয়ে।

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top