কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা

▶কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা

▶জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ জোনবিল মেলা

▶বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ

▶কাৰ্বি আংলং, মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা আহিব পাহাৰৰ মামা-মামী

▶মধ্য অসমৰ ২২ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে