চত্তীশগড়ৰ মুংগেলিৰ কুসুমপ্লাণ্টত ভয়ংকৰ অঘটন৷ শ্ৰমিকৰ ওপৰত খহি পৰিল ফেক্টৰীৰ প্ৰকাণ্ড চিমনি৷ ৯ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ৷ প্ৰায় ২৫-৩০ জন শ্ৰমিকে কাম কৰি আছিল ফেক্টৰীটোত৷ এতিয়াও চিমনিৰ হেঁচাত আবদ্ধ হৈ আছে বহু শ্ৰমিক৷