পুনৰ গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু৷ পাকঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ৷ তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী৷ মৃত যুৱতীগৰাকী তিনিচুকীয়াৰ প্ৰতীক্ষা শৰ্মা৷