এতিয়াৰে পৰা কিশোৰে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট। ১৮ বছৰৰ তলৰ কিশোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। অভিভাৱকৰ সন্মতি অবিহনে কিশোৰে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট। ইতিমধ্যে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত খচৰা প্ৰকাশ কেন্দ্ৰৰ। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই খচৰা।